আদিপুস্তক 49:1-32 ASMIRV2019 - Bible AI

1পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ।

2হে যাকোবৰ পুত্ৰসকল,

3হে ৰূবেণ,

4তুমি উতলা পানীৰ নিচিনা

5চিমিয়োন আৰু লেবী দুয়ো ভাই, সিহঁতৰ

6মই নিজে সিহঁতৰ সভালৈ নাহিম;

7সিহঁতৰ খং অভিশপ্ত হওক, সেয়ে প্ৰচণ্ড, প্ৰকোপ আৰু নিষ্ঠুৰ

8হে যিহূদা, তোমাক হ’লে,

9যিহূদা যুবা সিংহ; হে মোৰ

10চীলো নহালৈকে+ 49:10 চীলো নহালৈকে সেইসকলৰ বাবে অংশভুক্ত হৈ থাকিম * যিহূদাৰ

11সি দ্ৰাক্ষালতাত নিজৰ

12তাৰ চকু দ্ৰাক্ষাৰসেৰে

13জবূলূনে সমুদ্ৰৰ তীৰত

14ইচাখৰ বলৱান গাধ; সি

15সি জিৰণিক ভাল দেখি,

16দান ইস্ৰায়েলৰ এক ফৈদ

17দান পথৰ দাঁতিত থকা সাপ,

18হে যিহোৱা, মই তোমাৰ

19গাদ - অশ্বাৰোহীয়ে তেওঁক হ’লে আক্ৰমণ কৰিব;

20আচেৰৰ মাজৰ পৰা

21নপ্তালী মুকলি হোৱা

22যোচেফ ফলৱান গছৰ

23ধনুৰ্দ্ধৰসকলে তাক

24কিন্তু তেওঁৰ অৱশিষ্ট ধনু অতল হৈ থাকিল,

25কিয়নো তোমাৰ পিতৃ ঈশ্বৰ, তেৱেঁ তোমাক সহায় কৰিব,

26মোৰ পূর্বপুৰুষসকলৰ+ 49:26 অনন্তকলীয়া পৰ্বতত*

27বিন্যামীন পশু ছিৰি

28এই সকলেই হ’ল ইস্ৰায়েলৰ বাৰ ফৈদ; আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্ব্বাদ কৰি তেওঁলোকক কোৱা কথাও এয়ে। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্ব্বাদেৰে আশীৰ্ব্বাদ কৰিলে।

29পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তীয়া ইফ্রোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা।

30সেই গুহা কনান দেশত মম্ৰিৰ ওচৰৰ মকপেলাৰ পথাৰত আছে, অব্ৰাহামে মৈদাম দিবৰ বাবে সেই গুহা হিত্তীয়া ইফ্রোণৰ পৰা পথাৰে সৈতে কিনি লৈছিল।

31সেই ঠাইতে অব্ৰাহাম আৰু তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিয়া হ’ল; সেই ঠাইতে ইচহাক আৰু তেওঁৰ ভাৰ্যা ৰিবেকাকো মৈদাম দিয়া হ’ল, আৰু সেই ঠাইতে মইও লেয়াক মৈদাম দিলোঁ।

32সেই পথাৰ আৰু গুহা হেতৰ সন্তান সকলৰ পৰা কিনা হৈছিল।”

>