উপদেশক 11:1-9 ASMIRV2019 - Bible AI

1তুমি তোমাৰ আহাৰ পানীৰ ওপৰত পেলাই দিয়া+ 11:1 আহাৰ বিতৰণ কৰা বা সলনি কৰা প্ৰসংগত কোৱা হৈছে। - পানীত যদি পেলাই দিয়া মানে হ’ল, জাহাজত বস্তু পঠাই দি বেলেগ দেশত ব্যৱসায় কৰা।*;

2তোমাৰ কার্য সাধনৰ উপায়বোৰ, সাত বা আঠজনৰ সৈতে ভাগ বাঁটি লোৱা;

3যেতিয়া মেঘবোৰ বৃষ্টিৰে পূৰ্ণ হৈ থাকে,

4যি কোনোৱে বতাহক নিৰীক্ষণ কৰে,

5বতাহ+ 11:5 আত্মা কোন দিশৰ পৰা আহিব নাজানা।* কোন দিশৰ পৰা বলিব, তুমি নাজানা;

6ৰাতিপুৱা তুমি তোমাৰ বীজ ৰোপন কৰিবা,

7স্বৰূপেই পোহৰ সুন্দৰ আৰু চকুৰ বাবে সূৰ্যক দেখা পোৱা এক সন্তোষজনক বিষয়

8কোনো মানুহ যদি অনেক বছৰ জীয়াই থাকে,

9হে যুবক, তুমি তোমাৰ যৌৱনকালত আনন্দ কৰা; যুবা বয়সৰ দিনবোৰত তোমাৰ হৃদয়ে তোমাক আনন্দিত কৰক; তুমি তোমাৰ হৃদয়ৰ সৎ ইচ্ছাবোৰৰ পথত চলিবা আৰু নিজ চকুৰ দৃষ্টিত যি ভাল তাকে কৰিবা। কিন্তু জানিবা যে, ঈশ্বৰে এই সকলো বিষয়ৰ কাৰণে তোমাক বিচাৰৰ ঠাইলৈ আনিব।

Copyright © 2019 Bridge Connectivity Solutions Pvt. Ltd.
iv>