1ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল,
2তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান,
3সমুদ্ৰই+ 114:3 সমুদ্ৰই চূফ সাগৰ* তাকে দেখি পলায়ন কৰিলে;
4পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ,
5হে সমুদ্ৰ, তোমাৰ কি হ’ল?
6হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা?
7হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা,