গীতমালা 12:1-7 ASMIRV2019 - Bible AI

1হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল;

2মানুহে মানুহৰ ওচৰত মিছা কথা কয়;

3তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়;

4সেই সকলে কয়, “আমাৰ জিভাৰেই আমি জয় কৰিম;

5যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে

6যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ।

7হে যিহোৱা, তুমিয়েই আমাক+ 12:7 তেওঁলোকক* নিৰাপদে ৰাখিবা।

Copyright © 2019 Bridge Connectivity Solutions Pvt. Ltd.
div>