গীতমালা 129:1-7 ASMIRV2019 - Bible AI

1ইস্ৰায়েলে কওঁক,

2“যৌৱন কালৰে পৰা তেওঁলোকে মোক অনেক দুখ দিলে;

3হালোৱাই মোৰ পিঠিত হাল বালে;

4যিহোৱা ধাৰ্মিক; তেওঁ মোক দুষ্টলোকৰ দাসত্বৰ পৰা মুক্ত কৰিলে+ 129:4 তেওঁ দুষ্টবোৰৰ ৰচীবোৰ ছিঙি পেলালে। *।

5যিসকলে চিয়োনক ঘিণ কৰে,

6তেওঁলোক ঘৰৰ চালৰ ওপৰত গজা ঘাঁহৰ দৰে হওঁক,

7যেয়ে তাক দাব বিচাৰে, তাৰে তেওঁৰ হাতৰ মুঠি পূৰ নহয়,

Copyright © 2019 Bridge Connectivity Solutions Pvt. Ltd.
/div>