গীতমালা 148:1-13 ASMIRV2019 - Bible AI

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

2হে যিহোৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা;

3হে সূৰ্য আৰু চন্দ্ৰ, তেওঁৰ প্ৰশংসা কৰা;

4হে স্বর্গৰ স্বর্গ, তেওঁৰ প্ৰশংসা কৰা!

5সেইবোৰ সকলোৱে যিহোৱাৰ নামৰ প্ৰশংসা কৰক;

6তেওঁ চিৰকালৰ কাৰণে সেইবোৰক সঠিক ঠাইত স্থাপন কৰিলে;

7হে সাগৰৰ প্রকাণ্ড জলচৰবোৰ আৰু মহাসাগৰৰ গভীৰ অধোভাগ,

8হে জুই+ 148:8 বিজুলী * আৰু শিলাবৃষ্টি, তুষাৰ আৰু কুঁৱলী,

9হে সকলো পর্বত আৰু পাহাৰবোৰ,

10হে বনৰীয়া জন্তু আৰু ঘৰচীয়া পশুবোৰ,

11হে পৃথিৱীৰ ৰজাসকল আৰু সমুদায় জাতি,

12হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল,

13এই সকলোবোৰে যিহোৱাৰ প্ৰশংসা কৰক;