গীতমালা 149:1-8 ASMIRV2019 - Bible AI

1তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

2ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক;

3তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক,

4কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়;

5ভক্তসকলে বিজয়ত+ 149:5 গৌৰৱতে* উল্লাসিত হওক;

6তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক,

7যাতে তেওঁলোকে জাতিবোৰৰ ওপৰত প্ৰতিশোধ লব পাৰে,

8যেন তেওঁলোকৰ ৰজাসকলক শিকলিৰে বান্ধিব পাৰে,

Copyright © 2019 Bridge Connectivity Solutions Pvt. Ltd.
/div>