গীতমালা 60:1-11 ASMIRV2019 - Bible AI

1হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰিলা, ভাঙি চূৰ-মাৰ কৰিলা;

2তুমি দেশ খনত কঁপনি তুলি তাক বিচিন্ন কৰিলা;

3তুমি তোমাৰ প্ৰজাসকলক নির্দিষ্ট কিছুমান কঠোৰ কষ্ট ভোগ কৰিবলৈ দিলা;

4যি সকলে তোমাক ভয় কৰে তেওঁলোকৰ বাবে তুমি এখন পতাকা দিয়া;

5তাতে তোমাৰ প্ৰিয়সকলে উদ্ধাৰ পাব;

6ঈশ্বৰে নিজৰ পবিত্র ঠাইত+ 60:6 পবিত্ৰতাৰে* ক’লে, “মই উল্লাস কৰিম;

7গিলিয়দ মোৰেই আৰু মনচিও মোৰেই;

8মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ;

9কোনে মোক সেই দৃঢ় নগৰৰ ভিতৰলৈ লৈ যাব?

10হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰা নাই নে?

11শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা;

Copyright © 2019 Bridge Connectivity Solutions Pvt. Ltd.
/div>