1হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা,
2তেওঁ ধাৰ্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব;
3পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব;
4তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব,
5তেওঁ সূৰ্য চন্দ্ৰ থাকেমানে থাকিব, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব+ 72:5 যেতিয়ালৈকে সূৰ্য চন্দ্ৰ থাকিব, তেতিয়ালৈকে তেওঁৰ লোকসকলে পুৰুষানুক্ৰমে তোমাক ভয় কৰিব*।
6ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়,
7তেওঁৰ সময়ত ধাৰ্মিকজন+ 72:7 ধার্মিকতা* জকমকাব;
8তেওঁলোকে এখন সমুদ্ৰৰ পৰা আন এখন সমুদ্ৰলৈকে ৰাজ্য শাসন কৰিব,
9মৰুভূমিৰ+ 72:9 তেওঁৰ শত্রুবোৰে*নিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব;
10তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব;
11এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব;
12কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব;
13তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব;
14অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব;
15ৰজাসকল জীয়াই থাকিব আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব;
16পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব;
17ৰজাৰ নাম চিৰস্থায়ী হ’ব;
18ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক;
19তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক;