পৰমগীত 1:1-16 ASMIRV2019 - Bible AI

1ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই-

2তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক+ 1:2 তেওঁ তেওঁৰ ওঁঠ* ভৰাই দিয়া,

3তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে;

4(যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম।

5হে যিৰূচালেমৰ

6মই ক’লা বাবেই মোলৈ

7হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়!

8তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী,

9হে মোৰ প্ৰিয়তমা,

10গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে,

11মই তোমাৰ কাৰণে ঠায়ে

12ৰজাই যেতিয়া তেওঁৰ বিচনাত+ 1:12 বা, মহাভোজত বহিছিল* শুইছিল,

13মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে,

14মোৰ প্রিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল,

15চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া;

16চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়;

Copyright © 2019 Bridge Connectivity Solutions Pvt. Ltd.
iv>