যোৱেল 3:1-21 ASMIRV2019 - Bible AI

1চোৱা, সেইবোৰ দিনত আৰু সময়ত,

2মই সকলো জাতিক গোটাই যিহোচাফটৰ+ 3:2 যিহোচাফটৰ যিহোৱাৰ বিচাৰ* উপত্যকালৈ নমাই আনিম। সেই ঠাইত মই তেওঁলোকৰ বিচাৰ কৰিম,

3তেওঁলোকে মোৰ প্ৰজাসকলৰ কাৰণে চিঠি খেলালে,

4এতিয়া তোমালোকে মোৰ প্রতি কিয় খং কৰিছা,

5কিয়নো তোমালোকে মোৰ ৰূপ আৰু সোণ নিলা,

6তোমালোকে যিহূদা আৰু যিৰূচালেমৰ সন্তান সকলক গ্ৰীকসকলৰ ওচৰত বিক্ৰী কৰিলা

7কিন্তু চোৱা, যি ঠাইত তোমালোকে তেওঁলোকক বিক্ৰী কৰিলা, সেই ঠাইৰ পৰা নিজ ঠাইলৈ ঘূৰিবলৈ মই তেওঁলোকক উদ্ধাৰ কৰিম,

8আৰু তোমালোকৰ পো-জীবোৰক

9তোমালোকে জাতি সমূহৰ মাজত এই কথা ঘোষণা কৰা:

10তোমালোকে তোমালোকৰ নাঙলৰ ফাল পিটি তৰোৱাল,

11হে চাৰিওফালে থকা জাতি সমূহ,

12জাতি সমূহ নিজে জাগি উঠক,

13তোমালোকে কাঁচি লগোৱা,

14তাত আলোড়ন হৈছে। সোধ-বিচাৰ কৰা উপত্যকাত আলোড়ন হৈছে।।

15সূৰ্য আৰু চন্দ্ৰ অন্ধকাৰ হৈছে,

16যিহোৱাই চিয়োনৰ পৰা গৰ্জ্জন কৰিব,

17“তেতিয়া মই যে মোৰ পবিত্ৰ পৰ্ব্বত চিয়োনত বাস কৰোঁতা তোমালোকৰ ঈশ্বৰ যিহোৱা,

18সেই দিনা

19যিহূদাৰ সন্তানসকলক কৰা অত্যাচাৰৰ কাৰণে মিচৰ ধ্বংসস্থান হ’ব,

20কিন্তু যিহূদী চিৰকাললৈকে,

21মই তেওঁলোকৰ যি ৰক্তপাতৰ প্ৰতিকাৰ সধা নাই, সেই ৰক্তপাতৰ প্ৰতিকাৰ সাধিম+ 3:21 যিসকলক মই শাস্তি নিদিয়াকৈ উভতি আহিলোঁ, তেওঁলোকৰ ৰক্তপাতৰ শাস্তি নিদিয়াকৈ মই উভতি নাহো। *,”

Copyright © 2019 Bridge Connectivity Solutions Pvt. Ltd.
v>