হিতোপদেশ 3:1-34 ASMIRV2019 - Bible AI

1হে মোৰ পুত্র, মোৰ আদেশবোৰ নাপাহৰিবা,

2কাৰণ এইবোৰৰ দ্বাৰাই তোমাৰ জীৱনৰ আয়ুস আৰু বছৰবোৰ বৃ্দ্ধি পাব,

3বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক;

4তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত

5তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা;

6তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা,

7তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা;

8ই তোমাৰ শৰীৰ সুস্থ কৰিব,

9আৰু তোমাৰ সম্পত্তিৰে,

10সেয়ে তোমাৰ ভঁৰালবোৰ পৰিপূৰ্ণ হ’ব,

11হে মোৰ পুত্র, যিহোৱাৰ নিয়ম প্রণালী হেয়জ্ঞান নকৰিবা;

12পিতৃক সন্তুষ্ট কৰা পুত্রক যেনেকৈ পিতৃয়ে প্রেম কৰে;

13যি মানুহে প্রজ্ঞা লাভ কৰে তেওঁ সুখী হয়,

14ৰূপৰ পৰিৱৰ্তে পোৱা লাভতকৈ প্ৰজ্ঞাৰ পৰা পোৱা লাভ উত্তম।

15প্রজ্ঞা অলঙ্কাৰতকৈয়ো বহুমূলীয়া;

16তেওঁৰ সোঁ হাতত দীৰ্ঘদিনবোৰ আছে,

17তেওঁৰ পথবোৰ দয়াৰে পৰিপূৰ্ণ;

18যিসকলে তেওঁক ধৰি ৰাখে, তেওঁলোকৰ বাবে তেওঁ জীৱনদায়ক বৃক্ষস্বৰূপ;

19যিহোৱাই প্রজ্ঞাৰ দ্বাৰাই পৃথিৱী স্থাপন কৰিলে,

20তেওঁৰ জ্ঞানৰ দ্বাৰাই গভীৰ অংশ মুক্ত হ’ল;

21হে মোৰ পুত্র, তুমি সেই সকলোকে তোমাৰ দৃষ্টিৰ পৰা আতৰ হ’বলৈ নিদিবা;

22তেওঁলোক তোমাৰ প্ৰাণৰ জীৱন স্বৰূপ হ’ব;

23তেতিয়া তুমি তোমাৰ পথত সুৰক্ষিত হৈ চলিব পাৰিবা;

24তুমি শয়ন কৰাৰ সময়ত তোমাৰ ভয় নালাগিব;

25তুমি আকস্মিক বিপদলৈ

26কাৰণ যিহোৱা তোমাৰ পক্ষত থাকিব;

27তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে,

28যেতিয়া তোমাৰ হাতত ধন থাকে, তেতিয়া ওচৰ চুবুৰীয়াক

29যি জনে তোমাক বিশ্বাস কৰে আৰু তোমাৰ ওচৰত থাকে,

30তেওঁ যেতিয়া তোমাৰ কোনো অনিষ্ট নকৰে,

31উগ্র ব্যক্তিক ভয় নকৰিবা;

32কাৰণ কুটিললোক যিহোৱাৰ ঘৃণনীয়;

33দুষ্ট লোকৰ ঘৰত যিহোৱাৰ শাও থাকে;

34তেওঁ নিন্দকসকলক নিন্দা কৰে;

Copyright © 2019 Bridge Connectivity Solutions Pvt. Ltd.
/div>