হোচেয়া 14:1-9 ASMIRV2019 - Bible AI

1হে ইস্ৰায়েল, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ উলটি আহাঁ,

2মন পালটনৰ বাক্য লগত লোৱা আৰু যিহোৱালৈ ঘূৰি তেওঁক কোৱা,

3অচূৰীয়াই আমাক উদ্ধাৰ কৰিব নোৱাৰিব;

4যিহোৱাই কৈছে, “তেওঁলোকক বিপথে যোৱাৰ পৰা মই ঘূৰাই আনি সুস্থ কৰিম,

5মই ইস্ৰায়েললৈ নিয়ৰৰ নিচিনা হম;

6তেওঁৰ ডালবোৰ বিস্তাৰিত হৈ বাঢ়ি যাব;

7তেওঁলোকে পুনৰায় মোৰ ছাঁত বাস কৰিবলৈ আহিব+ 14:7 তেওঁলোকে পুনৰায় যিহোৱাৰ ছাঁত বাস কৰিব*;

8ইফ্ৰয়িমে ক’ব, ‘মূর্তিবোৰৰ লগত মোৰ পুনৰ কি সম্পৰ্ক?’

9জ্ঞানৱানজনে এইবোৰ কথা বুজে;

Copyright © 2019 Bridge Connectivity Solutions Pvt. Ltd.
div>